GU Human Resource Management 2022 Question Paper – Gauhati University BCom 4th Sem

On this post we have provided Gauhati University BCom 6th Sem Human Resource Management 2021 Question Paper. If if you want to read the question paper scroll down you will get a complete Question Paper.

An overview of Human Resource Management 2022 Question Paper

Name of the examination Gauhati University B.Com 4th Sem Examination.
Course B.Com 
Subject Name Human Resource Management (HRM)
Paper Code COM-HC-4036
Full Marks 80
Year 2022
Official Websitehttps://www.gauhati.ac.in/

Gauhati University (GU) B.Com 4th Sem Human Resource Management 2022 Question Paper

Gauhati University Bcom 4th Sem. Hons
Human Resource Management 2022
Commerce (Honours)
Paper: COM-HC-4036
(Human Resource Management)
Full Marks: 80
Time: Three hours
The figures in the margin indicate full marks for the questions.

1. Answer as directed: (any ten) নিৰ্দেশ অনুযায়ী উত্তৰ দিয়া : (যিকোনো দহটা)1×10=10

(a) Human Resource Management is very useful in creating work culture in an organisation. (State whether True or False)

এটা সংগঠনৰ কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ মানৱ সম্পদ পৰিচালনা অতি দৰকাৰী। (শুদ্ধ নে অশুদ্ধ লিখা)

(b) The process of human resource planning should begin at the top level. (State whether True or False) 

মানৱ সম্পদ পরিকল্পনার প্রক্রিয়াটো শীৰ্ষ পৰ্য্যায়ত আৰম্ভ হোৱাতো উচিত। (শুদ্ধ নে অশুদ্ধ লিখা)

(c) Human beings are the key and most important investment and assets in modern organisation. (State whether True or False ) 

আধুনিক সংগঠনত মানৱ সম্পদ হল আটাইতকৈ প্রয়োজনীয় বিনিয়োগ আৰু সম্পদ।

(শুদ্ধ নে অশুদ্ধ লিখा)

(d) The common belief now-a-days is that managers are born, not made. (State whether True or False) 

সৰ্বসাধাৰণৰ মাজত এইটো বিশ্বাস যে পৰিচালক এজনৰ জন্ম হয়, কিন্তু প্রস্তুত কৰিব নোৱাৰি।

(শুদ্ধ নে অশুদ্ধ লিখা)

(e) All the employees require constant______ to cope with the need of the job. (Fill in the blank) 

পদৰ প্ৰয়োজন মতে খাপ খাব পৰাকৈ প্রত্যেক জন কৰ্মচাৰীক একেৰাহে_____ প্রয়োজন।

(খালী ঠাই পূৰণ কৰা)

(f) Job evaluation is the technique of____ the job and not the man.

(Fill in the blank)

পদৰ মূল্যাংকন হ’ল পদৰ_____ কৰা, ব্যক্তিজনৰ নহয়। (খালী ঠাই পুৰণ কৰা )

(g) The selection procedure ends with the_____of a worker on the job. (Fill in the blank) 

বাচনি প্রক্রিয়াটো কৰ্মচাৰী এজনৰ______পৰ্যায়ত শেষ হয়। (খালী ঠাই পূৰণ কৰা

(h) Counselling is the discussion of an______problem with an employee. (Fill in the blank) 

পৰামৰ্শদান হৈছে কৰ্মচাৰী এজনৰ______সমস্যার ওপৰত আলোচনা।

(খালী ঠাই পূৰণ কৰা

(i) When the employee feels that an injustice has been done, it becomes a 

যেতিয়া এজন কৰ্মচাৰীয়ে অনুভব কৰে যে তেওঁৰ ক্ষেত্ৰত অন্যায় কৰা হৈছে আৰু ই কালক্ৰমত পৰিবৰ্ত্তন হয়।

(i) Complaint (অভিযোগলৈ)

(ii) dissatisfaction (অসন্তুষ্টিলৈ)

(iii) grievance (ওজৰ আপত্তিলৈ)

(iv) punishment (শাস্তিলৈ)

(Choose the correct answer)

(শুদ্ধটো বাছি উলিওৱা)

(j) The basic objective of industrial health is  

ঔদ্যোগিক স্বাস্থ্যৰ মূল উদ্দেশ্য হ’ল

(i) prevention of disease and injury  ৰোগ আৰু আঘাটক বাধা দিয়া

(ii) medical reimbursement চিকিৎসাৰ ক্ষতিপূৰ্ণ

(iii) cure of the diseases ৰোগৰ প্ৰতিকাৰ

(iv) All of the above উপরিউক্ত আটাইকেইটা

(Choose the correct answer)

(শুদ্ধটো বাছি উলিওৱা)

(k) A large part of compensation that people receive from work is 

মানুহ তেঁওৰ কৰ্মৰ সৰ্বাধিক ক্ষতিপূৰ্ণ হিচাপে গ্ৰহণ কৰে

(i) non-monetary

অনা আর্থিক সুবিধা

(ii) monetary আর্থিক সুবিধা

(ii) fringe benefits আনুসংগিক সুবিধা

(iv) None of the above উপৰিউক্ত এটাও নহয়

( Choose the correct answer)

(শুদ্ধটো বাছি উলিওৱা)

(l) The basic job of every executive is 

এজন কার্যবাহিকৰ মূল কামটো হল

(i) planning পৰিকল্পনা

(ii) organising সাংগঠনিক

(iii) decision-making সিদ্ধান্ত গ্রহণ

(iv) coordinating সমন্বয়সাধন

(Choose the correct answer) 

(শুদ্ধটো বাছি উলিওৱা)

(m) The success of an organisation depends upon the quality of selected

এটা প্ৰতিষ্ঠানৰ সফলতা নিৰ্ভৰ কৰে

(i)Machines (যন্ত্রপাতি)

(ii) Tools (সঁজুলি)

(iii) Market (বজাৰ)

(iv) Personnel (মানব সম্পদ)

(Choose the correct answer)

(শুদ্ধটো বাছি উলিওৱা)

(n) In which year National Institute of Labour Management was established? 

ৰাষ্ট্ৰীয় শ্রমিক পৰিচালনা প্রতিষ্ঠান কোনটো বৰ্ষত প্ৰতিষ্ঠা হৈছিল?

(i) 1950 (১৯৫০)

(ii) 1965 (১৯৬৫)

(iii) 1947 (১৯৪৭)

(iv) 1975 (১৯৭৫)

(Choose the correct answer) (শুদ্ধটো বাছি উলিওৱা)

( O ) Social security is concerned with the well-being of

সামাজিক সুৰক্ষাই কাৰ ভালৰ বাবে মনোনিৱেশ কৰে

(i) the consumer উপভোক্তাৰ

(ii) the people জনসাধাৰণৰ

(ii) the government চৰকাৰৰ

(iv) the children শিশুসকলৰ

(Choose the correct answer)

(শুদ্ধটো বাছি উলিওৱা)

2. Write very short answer : (any five) 2 x 5 = 10

অতি চমুকৈ উত্তৰ দিয়া : (যিকোনো পাঁচটা)

(a) What is human resource management? 

মানৱ সম্পদ পৰিচালনা মানে কি?

(b) What is meant by outsourcing? 

বহিঃসম্পদ আহৰণ মানে কি বুজা?

(c) What do you mean by career development? 

কেৰিয়াৰ বিকাশ মানে কি বুজা?

(d) What is 360 degree performance appraisal ?

৩৬০ ডিগ্রী পাৰদৰ্শিতা মূল্যায়ন মানে কি?

(e) Mention two elements of compensation. 

ক্ষতিপূৰণৰ দুটা উপাদান উল্লেখ কৰা।

(f) What is fringe benefit? 

অতিৰিক্ত সুবিধা মানে কি?

(g) Mention two merits of directive counselling. 

নির্দেশনামূলক পৰামৰ্শদানৰ দুটা সুবিধা উল্লেখ কৰা।

(h) Mention two significance of labour welfare to the society.

শ্রম কল্যাণে সমাজলৈ আগবঢ়োৱা দুটা তাৎপর্য উল্লেখ করা।

3. Answer the following : (any four) 5×4=20

তলত দিয়াবোৰৰ উত্তৰ লিখা : (যিকোনো চাৰিটাৰ)

(a) Explain the recent changes which are taking place in the field of human resource management. 

মানৱ সম্পদ পৰিচালনাৰ দিশত বৰ্ত্তমান সময়ত হোৱা পৰিবৰ্ত্তনসমূহ বর্ণনা করা।

(b) What are various factors responsible for the need of human resource information system ? Explain.

মানৱ সম্পদৰ তথ্য পদ্ধতিৰ প্রয়োজনীয়তাৰ ক্ষেত্ৰত কোনবোৰ কাৰকে প্রভাব পেলায় ? ব্যাখ্যা কৰা।

(c) Discuss about various objectives of human resource planning. 

মানৱ সম্পদ পরিকল্পনাৰ বিভিন্ন উদ্দেশ্যসমূহ আলোচনা

(d) What are the limitations of interview in selection process ? Explain.

নির্বাচন প্রক্রিয়াত সাক্ষাৎ গ্ৰহণৰ অসুবিধাসমূহ কি কি? ব্যাখ্যা কৰা।

(e) Discuss about the importance and needs of executive development in human resource management.

মানৱ সম্পদ পৰিচালনাত কাৰ্যপালকসকলৰ বিকাশৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।

(f) What are the essentials of social promotion policy ? Explain. 

সুষম পদোন্নতি আঁচনিৰ প্ৰয়োজনীয় উপাদানসমূহ কি কি? ব্যাখ্যা কৰা।

(g) Discuss about various external factors influencing employee remuneration policy.

কৰ্মচাৰীৰ পাৰিতোষিক আঁচনি নিৰ্দ্ধাৰণত প্রভাব বিস্তাৰ কৰা বাহ্যিক কাৰকসমূহ আলোচনা কৰা।

(h) Briefly discuss the welfare facilities for workers under the Factories Act, 1948. 

ফেক্টৰী আইন, ১৯৪৮-ৰ অধীনত কৰ্মচাৰীয়ে পাবলগীয়া কল্যাণমূলক সুবিধাসমূহ চমু আলোচনা কৰা।

4.Answer the following questions : (any four) 10×4=40

তলত দিয়াবোৰৰ উত্তৰ লিখা : (যিকোনো চাৰিটা)

(a) Discuss various managerial and operative functions of human resource management.

মানৱ সম্পদ পৰিচালনাৰ পৰিচালনা সম্পৰ্কীয় আৰু কার্যকৰী কাৰ্যসমূহ আলোচনা কৰা।

(b) What is job analysis ? Describe various techniques used for analysing the jobs. 2+8=10

পদৰ বিশ্লেষণ মানে কি? পদ বিশ্লেষণৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা বিভিন্ন কৌশলসমূহ আলোচনা কৰা।

(c) Discuss various external and internal sources of recruitment. 

মকৰলৰ বাহ্যিক আৰু আভ্যন্তৰীণ উৎসসমূহ আলোচনা কৰা ।

(d) Discuss about various traditional and modern methods of training for employees in an organisation. 

এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰীক প্ৰশিক্ষণ দিয়াৰ বিভিন্ন আধুনিক আৰু পৰম্পৰাগত পদ্ধতিসমূহ আলোচনা কৰা।

(e) What is performance appraisal? Explain the importance of performance appraisal in human management. 

পাৰদৰ্শিতা মূল্যায়ন মানে কি? মানৱ সম্পদৰ পৰিচালনাত পাৰদৰ্শিতা মূল্যায়নৰ গুৰুত্ব ব্যাখ্যা কৰা। 2+8=10

(f) What is meant by transfer? What are its various kinds? Bring out clearly the features of a sound transfer policy? 2+4+4=10

বদলিকৰণ মানে কি? ইয়াৰ প্ৰকাৰসমূহ কি কি? এক সফল বদলিকৰণ আচনিৰ বিশেষ বৈশিষ্ট্যসমূহ বর্ণনা কৰা।

(g) What is voluntary retirement scheme ? Discuss about various issues involved in VRS for its effectiveness. 2+8=10 

স্বেচ্ছামূলক অবসৰ আচনি মানে কি? এই আচনি ফলপ্রসূ হবলৈ বিবেচনা কৰিব লগীয়া বিষয়সমূহ কি কি আলোচনা কৰা।

(h) Examine various legal provisions regarding safety of workers. 

শ্ৰমিকৰ সুৰক্ষাৰ ক্ষেত্ৰত আইনগত ব্যৱস্থাসমূহ পৰীক্ষা কৰা।

(i) What is an industrial dispute ? Discuss about various provisions of the Industrial Disputes Act, 1947 for settlement of industrial disputes. 2+8=10

ঔদ্যোগিক বিবাদ মানে কি? ঔদ্যোগিক বিবাদ নিষ্পত্তি কৰিবলৈ Industrial Disputes Act, 1947-ৰ ব্যৱস্থাসমূহ আলোচনা কৰা।

(j) What are the basic qualities required for a human resource manager. Discuss about his role in modern organisation. 5+5=10

মানৱ সম্পদ পৰিচালকৰ প্রয়োজনীয় গুণসমূহ কি কি? এই ক্ষেত্ৰত তেও পালন কৰিব লগীয়া ভূমিকাসমূহ আলোচনা কৰা।

-00000-

Last Words

The difficulty level of the   Gauhati University BCom 4th Sem Human Resource Management 2022 Question Paper seems balanced. It challenges students to display a grasp of the subject matter while maintaining fairness, in question formulation. For more such Questions Papers visit our Gauhati University BCom 4th Sem page.

Leave a comment